Bahona College

Logo
বাহনা মহাবিদ্যালয়
যোৰহাট, অসম
১৯৬৬ চনত স্থাপিত
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ
College Building
NAAC Grade A+ (CGPA 3.36)
Bahona College
Jorhat, Assam
Established in 1966
Affiliated to Dibrugarh University
College Logo
Bahona, Jorhat, Assam, India - 785101 0376-2398044

College Anthem

এই যে আমাৰ অতিকে আপোন
সাধনাৰ পূণ্যভূমি
জ্ঞানৰ জ্যােতিৰে জীৱন জ্বলোৱা
জ্ঞানৰ মন্দিৰ তুমি //
তুমিয়ে আমাৰ মহামিলনৰ
মধুৰ অশ্রমখনি
তোমাৰেই কণ্ঠত চিৰ উচ্চাৰিত
জীৱন গঢ়াৰ বাণী //
সেয়েহে যাঁচিছোঁ ভকতি হিয়াৰ
তোমাকেই তীথ মানি
অমৰ জ্যােতিৰ হোৱা যুগজয়ী
কৰিছোঁ কামনা আমি //



ৰচনা :শ্রীপ্ৰমোদ বুঢ়াগোহাঁই

Bahona College Footer