0376-2398044 bahonacollege@rediffmail.com
Bahona College Logo
Bahona College
Affiliated to Dibrugarh University
✦ NAAC Grade A+ ✦ CGPA 3.36
বাহনা মহাবিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ
✦ NAAC Grade A+ ✦ CGPA 3.36
NAAC A+

College Anthem

এই যে আমাৰ অতিকে আপোন
সাধনাৰ পূণ্যভূমি
জ্ঞানৰ জ্যােতিৰে জীৱন জ্বলোৱা
জ্ঞানৰ মন্দিৰ তুমি //
তুমিয়ে আমাৰ মহামিলনৰ
মধুৰ অশ্রমখনি
তোমাৰেই কণ্ঠত চিৰ উচ্চাৰিত
জীৱন গঢ়াৰ বাণী //
সেয়েহে যাঁচিছোঁ ভকতি হিয়াৰ
তোমাকেই তীথ মানি
অমৰ জ্যােতিৰ হোৱা যুগজয়ী
কৰিছোঁ কামনা আমি //



ৰচনা :শ্রীপ্ৰমোদ বুঢ়াগোহাঁই